অকস্মাৎ --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

কালি হঠাৎ মই এখন

উদ্যানলৈ গৈছিলো

মোৰ সন্মুখত নিয়ৰে আৱৰা

সহস্ৰ বিবিধ ফুল

এছাঁটি বতাহত গাৰ নিয়ৰ সৰাই

হাঁহিছিলো খিল খিলাই

কৰিছিল প্ৰেমা আলিংগন

তাৰ মাজতে বতাহত ভাহি আহিল

এজোপা গোলাপৰ পৰিচিত ক্ৰন্দন

অজানিতে মই স্তবিৰ হলো

মোৰ মনৰ দীঘল হুমুনিয়াই

মোক সত্যৰ সৈতে পৰিচিত কৰায়...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,201
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,394
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,761
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,015
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,159
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,294