মনৰ কোনোৱা আছুতীয়া কক্ষত
আজিও সজীৱ চাগে তোমাৰ স্মৃতি
সেই বাবে হয়তো, প্ৰতিটো দুপৰ ৰাতি
ভিজি উঠে মোৰ চকু যুৰি !
গছৰ আগত বতাহে নাচিছে
নাচিছে বিজুলী, আকাশৰ ক'লা মেঘত
মোৰ কুমলীয়া হিয়াত
বিষাদৰ বা লাগিছে
কপিছে ই কামিহাড়ৰৰ আঁৰত !
মনৰ কোনোৱা আছুতীয়া কক্ষত
আজিও সজীৱ চাগে তোমাৰ স্মৃতি
সেই বাবে হয়তো, প্ৰতিটো দুপৰ ৰাতি
ভিজি উঠে মোৰ চকু যুৰি !
গছৰ আগত বতাহে নাচিছে
নাচিছে বিজুলী, আকাশৰ ক'লা মেঘত
মোৰ কুমলীয়া হিয়াত
বিষাদৰ বা লাগিছে
কপিছে ই কামিহাড়ৰৰ আঁৰত !