অনুভূতি --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

মনৰ কোনোৱা আছুতীয়া কক্ষত

আজিও সজীৱ চাগে তোমাৰ স্মৃতি

সেই বাবে হয়তো, প্ৰতিটো দুপৰ ৰাতি

ভিজি উঠে মোৰ চকু যুৰি !

গছৰ আগত বতাহে নাচিছে

নাচিছে বিজুলী, আকাশৰ ক'লা মেঘত

মোৰ কুমলীয়া হিয়াত

বিষাদৰ বা লাগিছে

কপিছে ই কামিহাড়ৰৰ আঁৰত !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,723
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,094
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,554
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,764
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,504
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,284