অপ্ৰেম --- মন্জুষা দেৱী

হৃদয়ৰ ভিতৰত কোনেও কাকো চুব নোৱাৰে

মই সুখী নে অসুখী কোনেও জুখি চাব নোৱাৰে

মোক তুমি ভালপোৱা নে ভালপোৱাৰ অভিনয় কৰা কোনেও খুলি কব নোৱাৰে !!

স্বপ্ন বিভোৰ যৌৱনৰ জোনাকী নিশা

তুমি জীপাল কৰি তুলিবা নে

মোৰ উকা কোমল হিয়া ??

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,136
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,869
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,342
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277