অভিমানী তুমি --- ডিম্বেশ্বৰ কোচ

তুমিতো কোনো দিনেই অভিমানী নাছিলা ।

অভিমান কৰাৰ মোৰ দেখোন মনতেই নপৰে ।

সেয়ে মৰমবোৰ অভিমানী নাছিল ।

আৰু এতিয়া…

আৰু এতিয়া, তোমাৰ অভিমানবোৰ

মোৰ ভাল লগা হৈছে…

ক্ৰমশঃ নিয়ৰৰ টোপালত তিতিছো নিৰৱে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868