অসূখ --- কুমুদ কলিতা

তোমালৈ মনত পৰিলেই

বুকুত এবুকু সপোন সৰে

কলিজাইদি উজাই আহে দূখ

চৰাই হৈ উৰিব খূজিলেও

নজনাকৈ বাঢ়ি আহে

হৃদয়হীন এটি অসূখ....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,144
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,663
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,283
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,230
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,401