অৱশেষত --- সঞ্জীৱ গগৈ

উৱলি যোৱা এটা সপোন

জৰাজীৰ্ণ শৰীৰ

ভাৰাক্ৰান্ত প্ৰেমিক

বেৰৰ জলঙায়েদি সোমাই আহিছে জোনাক

সুৰাৰ গিলাচত এখনি অষ্পষ্ট মুখ

হৃদয়খন ক্ৰমে জ্বলি নি :শেষ হৈ আহিছে

তাৰ পিছত লাহে লাহে নীৰৱতা

বন্ধ কোঠাৰ এচুকত পৰি ৰৈছে

এটি খালি বিহৰ পেকেট

সপোনটো থাকিল

উচ্ছাকাংক্ষা হৈ

কাৰোবাৰ বাহুবন্ধনত

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,490
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,552
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,372
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:740
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,084