আইনা --- কবিৰঞ্জন দাস

আইনাখনলৈ চালে দেখা

পাওঁ তোমাকেই – হাঁহি থকা

মুখখনি তোমাৰ ভাঁহি আহে

বহুত দিন ইয়াতে তুমি আঁছা

যদিও তুমি কাষত নাই-

তথাপি সদায় তোমাকেই

দেখো – প্ৰিয়া !

সেইহে মই বাৰে বাৰে চাওঁ

আইনা খনলৈ – বুকুৰ

মণিকোঠাত বন্দী হৈ

থকা মধুৰ মূহুৰ্ত্ববোৰ –

যিয়ে সদায় দিয়ে মোক

প্ৰেৰণা … !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,300
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,892
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445