বৰফ বোৰ এনেকুৱাই
গলি ভাল পায়
জূই বোৰো তেনেকুৱাই
জলি শেষ যায়
যিদৰে মৰম আৰু ভালপোৱা বোৰে
কন্দুৱাই ভাল পায়
এটা জীৱনে এটা জীৱনক
ঠগি ভাল পায়
হয়তো এইয়াও এক প্ৰতিযোগিতা
মোৰ তোমাৰ আৰু অপোনাৰ মাজত
নিজক হেৰুৱাৰ প্ৰতিযোগিতা
নিজৰ পৰা