আক্ষেপ --- সত্যম কুমাৰ চাহু

বৰফ বোৰ এনেকুৱাই
গলি ভাল পায়
জূই বোৰো তেনেকুৱাই
জলি শেষ যায়

যিদৰে মৰম আৰু ভালপোৱা বোৰে
কন্দুৱাই ভাল পায়
এটা জীৱনে এটা জীৱনক
ঠগি ভাল পায়

হয়তো এইয়াও এক প্ৰতিযোগিতা
মোৰ তোমাৰ আৰু অপোনাৰ মাজত
নিজক হেৰুৱাৰ প্ৰতিযোগিতা
নিজৰ পৰা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,225
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,136
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,869
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,342
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,277