আজি তোমাক শেষবাৰৰ বাবে - কবি বিজয় কৃষ্ণ চেতিয়া

আজি তোমাক শেষবাৰৰ বাবে
ভালপাম,,
সেইবাবে আজি তৰাবোৰ জবাবদিহি হব,,
এনেকুৱা এটা সন্ধিয়াতে
তুমি কৈছিলা,,,
'সৌ আকাশলৈ চোৱা
তৰাবোৰ সাক্ষী হৈ আছে
তোমাৰ-মোৰ ভালপোৱাৰ''।।।

************************************************

Bijoy Krishna Chetia

Deptt. of Applied Geology

Dibrugarh University,M.No-9401913961

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:865
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,735
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,870
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,472
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,013