আহিন এনেকৈয়ে আহে ----- প্রীতিৰেখা দাস

আকৌ এবাৰ এনেকৈয়ে হাহিঁদিয়াছোন

তৰাফুলৰ চাপৰিত

কঁহুৱাফুলাদি ফুলি উঠক মোৰ মন ৷

আকৌ এবাৰ ৷৷

লিহিড়ী বতাহৰ সুৰেৰে

মুখৰিত হওঁক

তোমাৰ গানৰ মুৰ্চনা ৷

এতিয়া দেখোন

মোৰ প্রতিটো উশাহত

অনুভৱ কৰো তোমাৰ আত্মিক উপস্থিতি৷

আহিন হইতো এনেকৈয়ে আহে,

শেৱালিৰ সুৱাসেৰে,

উৎচৱৰ বতৰাৰে,

কুৱঁলীৰ সুষমাৰে আৰু.....

আৰু

তোমাৰ হাহিঁৰে .....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,768
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,765
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,083
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,714
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,656