এফলীয়া প্ৰেমৰ হুমনিয়া ---- জ্যোতিলেখা ডেকা

ক'ত আছ
মোৰ প্ৰিয়তম
সোণাৰুৰ হালধীয়ােৰ হালধীয়া
চিনাকী নৈপাৰ

আকাশৰ কাঁচিজোনটিও
ক্ৰমাত পূৰ্ণ
হোবাৰ পথত

কেতিয়া আহিবি
কেতিয়া বুজাবি
এফলীয়া প্ৰেমৰ
যন্তনা...

+++++++++++

জ্যোতিলেখা ডেকা
খানাপাৰা , গুৱহাটী- ২২

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: অসমীয়া কৌতুক
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,711
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,013
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,735
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:865
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,472