এমুঠি সেউজীয়াৰ সন্ধানত --- ডেইজী দেৱী

এমুঠি সেউজীয়াৰ আকাংক্ষাত

হৃদয়খন ৰৈ আছে

বাহিৰত বহু ৰঙীনতাই ,

যদিও দেখা দিছে

হৃদয়ে যে কেৱল সেউজীয়াহে

বিচাৰে

কিয় ? কিয় বাৰু বিচাৰে

এমুঠি সেউজীয়া !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,853
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,108
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,701
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,827
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,664
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,488