এমুঠি সেউজীয়াৰ আকাংক্ষাত
হৃদয়খন ৰৈ আছে
বাহিৰত বহু ৰঙীনতাই ,
যদিও দেখা দিছে
হৃদয়ে যে কেৱল সেউজীয়াহে
বিচাৰে
কিয় ? কিয় বাৰু বিচাৰে
এমুঠি সেউজীয়া !
এমুঠি সেউজীয়াৰ আকাংক্ষাত
হৃদয়খন ৰৈ আছে
বাহিৰত বহু ৰঙীনতাই ,
যদিও দেখা দিছে
হৃদয়ে যে কেৱল সেউজীয়াহে
বিচাৰে
কিয় ? কিয় বাৰু বিচাৰে
এমুঠি সেউজীয়া !