কবিতা :: আঘোণৰ কবিতা --- মেহেনাজ সৰকাৰ

টোপ টোপ কুঁৱলীৰ ফুলনিত

আঘোণৰ কবিতা সৰে

নিকা হোৱাৰ আগমনী বতৰা দিয়ে

শাৰদীয় জোনে

আঘোণ কবিৰ কবিতাত

আঘোণ লখিমী পথাৰত

আঘোণ কৃষকৰ ঘোলা চকুযুৰিত

আঘোণ ভৱিষ্যতৰ সোণালী টামিঘোঁৰাত ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,131
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,343
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:2,358
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,065