কবিতা :: এটি অলিখিত কবিতা --- মেহেনাজ সৰকাৰ

নুপুৰৰ ছন্দে ছন্দে বিকশিত
সপোন
অনুভৱ
উজাগৰী নিশা

চকুৰ সমুদ্র গভীৰত
মাজে মাজে প্ৰেম
অভিমান
ঘৃণা

বৰষুণত উন্মাদ , ফাগুনত ৰাঙলী
কৃষ্ণচুড়াত বিভোৰ হয় সপোন ৰচিবলে
তুমিয়েইনে , তুমিয়েইনে ?
মোৰ সৃষ্টিৰ আদিতম নাৰী
নাক্ষত্ৰিক স্বৰ্ণৰ প্ৰতিমা
এটি অলিখিত কবিতা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,420
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,969
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,010
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,331
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170