কবিতাৰ নীল সমুদ্রৰ ঢৌৱে ঢৌৱে
এখনি দীপ্ত চিনাকি মুখ
ৰঙীন ওঁঠৰ সেউজ কোমল হাঁহি
নিৰিবিলিৰ নিস্তব্ধতাত প্ৰাণ পাই উঠা
মৰমৰ মইজনীৰ বসন্তৰ উত্তাপ ।
কবিতাৰ নীল সমুদ্রৰ ঢৌৱে ঢৌৱে
এখনি দীপ্ত চিনাকি মুখ
ৰঙীন ওঁঠৰ সেউজ কোমল হাঁহি
নিৰিবিলিৰ নিস্তব্ধতাত প্ৰাণ পাই উঠা
মৰমৰ মইজনীৰ বসন্তৰ উত্তাপ ।