কবিতা :: কবিতাৰ সীমনা বিচাৰি --- পৰশমণি ডেকা

কবিতাক বিচাৰি ফুৰিছো কলমত
ভাৱবোৰক প্ৰকাশ কৰিব পৰা নাই
শব্দৰ অভাৱত........
অনুভৱবোৰক কিদৰে প্ৰকাশ কৰিম
প্ৰেয়সীৰ কলমেৰে
নে হিয়াত গ্ৰামফোন ৰাখি.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,305
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,003
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,987
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,145
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,777
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,671