কবিতা :: কবিৰ জীৱন --- সমুজ্জ্বল ডেকা

(১)
দুচকুত নাথাকে টোপনি
দেহত নাথাকে ভাগৰ
ভাৱে সকলোৱে কবিৰ জীৱনটো সাঁথৰ
লক্ষ্য বিচাৰি সাঁতুৰিলেও মহাসাগৰ ৷

(২)
কবিৰ যদিও আছে সপোনৰ ঘৰ
গোটেই ধৰিত্ৰী কবিৰ আদৰৰ
বুকুত হেজাৰ ভাৱনাতুৰ কল্পনা সাৱটি
কবি কাহানিবা হৈ পৰে নিৰ্ভীক যাযাবৰ ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,479
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,773
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,783
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:398