কবিতা :: গল্প --- মেহেনাজ সৰকাৰ

নিৰ্জন নিশাৰ
শাৰদীয় জোনাকৰ মোহনাত
তোমাক এটি গল্প শুনাম

হৃদয়ৰ ভাষাৰে লিখা গল্পটো
বেছি ডাঙৰ নহয়
ৰামধেনুৰ সমস্ত ৰঙেৰে বোলোৱা
অনুগল্প

থাওঁক দিয়া
কেইটামান নিমজ শব্দৰ গল্পটো
দুচকুত পঢ়ি চোৱা ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,170
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,088
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710