কবিতা :: চুলি --- মাহিম ৰয়

পাঠদানৰ মুহূৰ্তৰ এটি আবেলি

কাৰোবাৰ স্পৰ্শত শিঁয়ৰি উঠিলো

কাষৰ ছোৱালীজনীৰ

কেইকোচামান চুলিয়ে মোৰ চাৰ্টৰ ওপৰেদি

মূৰত লাগিছে

ফেনৰ অবিৰাম গতিত হয়তো সি

ফাগুন বুলি মুক্ত মনে উৰিছে ।

খিৰিকীৰ ফাকেৰে পোহৰ আহি

তাইৰ চুলিকোচাত পৰিছে

যেন কোনো এক মায়াৱী ৰাতিৰ

হাস্যোজ্জ্বল জোন

নাইবা উন্মুক্ত ফাগুন

বাউলী হৈ উৰিছে কবিতাৰ শব্দ বৰ্ণ অৰ্থ বিচাৰি

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334