কবিতা :: জীৱনৰ উকা কাগজ --- মহিদুল ইছলাম বুলবুল

জীৱনৰ উকা কাগজ
তুমি চাগে ভাবিছা
বহুত দিন তোমালৈ
চিঠি লিখা নাই
লিখিম বুলি লৈছিলোঁ
এখিলা কাগজ
লিখিছিলো "মোৰ মৰমৰ....
তাৰ পিছত যেন মৰমবোৰ
প্ৰকাশ কৰিবলৈ
শব্দ বিচাৰি ফুৰিছিলো
তুমিটো জানাই
সচাঁ প্ৰেমৰ শব্দবোৰ
এন্ধাৰলৈ গতি কৰিছে
সেয়েহে শব্দবোৰ
উকা কাগজত
ঘূৰাই আনোতে পলম হ’ল...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,597
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,799
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,737
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:366
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,899
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,810