কবিতা :: জীৱন --- সোনমনি ৰাজ বৰুৱা

এইয়াই নেকি জীৱন …?

পোৱাবোৰ হেৰুৱাই

নোপোৱাবোৰ পাবলৈ

জীৱনৰ সৈতে যুঁজি থকা

দুখৰ হিমনাত ৰৈ

হুমুনিয়াহ কঢ়া

দুখৰ ভাৰ লৈ

ৰৈ আছোঁ মই

জীৱনৰ সন্ধিয়া বেলাত

দুখৰ বন্যাত উঠি যাবলৈ

এটি পথৰ অপেক্ষাত … !!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,641
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,886
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,981
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:826
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,194