কবিতা :: তুমি আৰু মই --- নম্ৰতা সোনোৱাল

তুমি আৰু মই

এটি শেষ নোহোৱা অধ্যায়ৰ পাতনি ।

শব্দ বিহীন এই ভাষা,

বুজা নুবুজাৰ এক অযুত ভাষাৰ,

তুমি আৰু মই অন্তহীন সীমনাৰ

দূৰ নীলিমা ।

তুমি আৰু মই জপাব নোৱাৰা

এখনি খোলা কিতাপ,

তুমি আৰু মই

শৰৎ নিশাৰ নিয়ৰ সিক্ত দুবৰিৰ

ভিজা ভিজা সুবাস,

তুমি আৰু মই

পূৰ্ণিমা ৰাতিৰ স্নিগ্ধ জোনাক,

তুমি আৰু মই

এটি শেষ নোহোৱা অধ্যায়ৰ পাতনি ॥

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280;

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,951
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:12,369
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,343
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:255
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,173
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:477