এটি দুটি এঘাৰটি তৰাৰ দেশ
নিতৌ বগাওঁ ভালপোৱাৰ জখলাৰে
দুহাত ভৰি বুটলি লওঁ
তোমাৰ নেঘেৰি খোপাত গুজিবলে
জানোচা
ঘূৰণীয়া জোনজনী হৈ তুমি উজলা ।
এটি দুটি এঘাৰটি তৰাৰ দেশ
নিতৌ বগাওঁ ভালপোৱাৰ জখলাৰে
দুহাত ভৰি বুটলি লওঁ
তোমাৰ নেঘেৰি খোপাত গুজিবলে
জানোচা
ঘূৰণীয়া জোনজনী হৈ তুমি উজলা ।