কবিতা :: তুমি যদি মোক ভালেই নোপোৱা --- মানস জ্যোতি শইকীয়া

তুমি যদি মোক ভালেই নোপোৱা ,

বেয়া পোৱাৰ অধিকাৰো নাই ৷

হৃদয়ৰ খিৰিকীৰে জুমি চালে

যদি বেয়াই পোৱা,

মোৰ ভাবনাৰ দুৱাৰত বাৰে বাৰে

টোকৰ মৰাৰ অধিকাৰো নাই ৷

মই তোমাক ভাল পাওঁ ৷

তাক লৈ অভিমানী হৈছা কিয় ?

তোমাৰ অভিমান মোৰ ভাল নালাগে ৷

তুমি সুখী হোৱা,মোৰ দৰে ৷

কাৰণ তুমিহীনতাটো

মই তোমাক ভাল পাব জানো ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,215
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,097
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,752
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,545
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,914