কবিতা :: তোমাক ভালপোৱাৰ সুবাস --- ৰাজিদুল ইছলাম

উশাহত মাথো তোমাৰ সুগোন্ধ,

দৃষ্টিত তোমাৰেই নানা ছবি !

মাটি পানী বতাহত,

কেৱল তোমাৰেই খোজৰ চাপ৷

গভীৰ নিশা কন্ঠস্বৰে.....

শুনিবলৈ পাওঁ৷

কেৱল তোমাৰেই মাত ৷

ৰাতিপুৱা নিয়ৰবোৰ

টোপ টোপ সৰে

তোমাৰেই চকুলো !

সকলোতেই কেৱল

তোমাক ভালপোৱাৰ সুবাস ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,954
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,759
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,088
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,815
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,554