Submitted by ধীৰাজ কুমাৰ বৰা on Tue, 02/19/2019 - 15:38 তোমাৰ পৰশ পোৱা নাই ওঁঠৰ, তোমাৰ গুন্ধ পোৱা নাই দেহৰ, তোমাৰ দৃষ্টি পোৱা নাই দুচকুৰ, কিন্তু..... অনুভৱ পাইছো মনৰ ।