কবিতা :: তোমাৰ পৰশ পোৱা নাই --- ধীৰাজ কুমাৰ বৰা

তোমাৰ পৰশ পোৱা নাই

ওঁঠৰ,

তোমাৰ গুন্ধ পোৱা নাই

দেহৰ,

তোমাৰ দৃষ্টি পোৱা নাই

দুচকুৰ,

কিন্তু.....

অনুভৱ পাইছো মনৰ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,493
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,902
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:755
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,344
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,041