কবিতা :: তৰা --- মহিদুল ইছলাম বুলবুল

গভীৰত চিকমিকাই ৰৈ যোৱা শূন্যতা।
তুমি কাষত থাকিলে
মনৰ আকাশত সাতোৰঙী ৰামধেনুখন
ভালপোৱাৰে জীপাল হৈ পৰা হৃদয় এখন
তোমাৰ মৰমেৰে ভৰপূৰ মোৰ বুকুখন...
তুমি শিকালা মোক
সেউজীয়া হ'বলৈ
এছাতি জোনাক জিলিকাবলৈ
চিপ চিপ বৰষুণত তিতিবলৈ..

হেঁপাহ আৰু আস্থাৰে মইও
তোমাৰ দুহাতত বন্দী হৈ ল'লো;

বন্দী আছিল মোৰ সত্বা
জীৱনৰ হালধীয়া দুপৰীয়া!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,841
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,247
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,567
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,638
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,408
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959