কবিতা :: দীপাৱলী --- মাহিম ৰয়

পোহৰৰ থৈয়া নথৈয়া বান

কলুষ কালিমা আঁতৰাই

নিকা হোৱাৰ অভিনৱ প্ৰয়াস

শুভ দীপাৱলীৰ বৰ্ণময় সুগন্ধিত

হিয়াই হিয়াই

উছৱৰ মধু আলোড়ন ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,639
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,274
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,494
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,159
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,580
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:598