কবিতা :: নদী --- মাহিম ৰয়

ভিজা চুলিটাৰি ৰ’দত মেলি

খিলখিলাই হাঁহিছা যে

তুমি কি নাজানা

মই যে এজন কবি

তোমাৰ সৌন্দৰ্য্যৰ সৰল ৰেখাত

আঁকিব পাৰোঁ

লাস্যময়তাৰ অনামী নদী

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140