কবিতা :: নষ্ট কবিতা --- মেহেনাজ সৰকাৰ

মৰহি গৈছে নষ্ট প্ৰেমিকৰ

আৱেগ

অনুভূতি

ভালপোৱা

বুকুৰ দুয়ো পাৰে বাজে

বিষাদ

হতাশা

আমানিশা

চকুলোৰে পৰিপূৰ্ণ নষ্ট কবিতা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,627
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:2,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:701
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,921