কবিতা :: নষ্ট প্ৰেমিকৰ পদ্য --- মাহিম ৰয়

১.
কামিহাড় ভাঙি বুকুত বৰদৈচিলা
তোমাৰ অনুভূতিৰ সেউজ সৰোবৰৰ
নিসংগতা আঁতৰাই
দূৰ দিগন্তত কোনে সজায়
ৰামধেনুৰ তুলিকাৰে
নষ্ট প্ৰেমিকৰ ছন্দ মালা

২.
শব্দৰ উশাহ তিয়াই
সাহিত্যৰ আলিবাটেৰে আগবাঢ়ে
এজন নষ্ট প্ৰেমিক কবি
জনতাৰ হৃদয়ে হৃদয়ে
অথবা ভুল ক্ৰমে তোমালৈ ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,420
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,453
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,710
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,331
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,472