কবিতা :: ফাগুন --- সাগৰ সঞ্জীৱ

ফাগুন........
পাৰ' যদি উভতাই দে মোৰ শৈশৱ
পাৰ' যদি শুকুৱাই দে মোৰ চকুপানী
শুকান পাতবোৰৰ দৰে
উৰুৱাই লৈ যা মোৰ দুখবোৰ
নীলিম আকাশৰ বুকুলৈ ।।

ফাগুন.....
পাৰ' যদি উভতাই দে মোক ভালপোৱা
পাৰ' যদি উৰুৱাই লৈ যা মোৰ বিলাসী সপোন
ধূলিকণা বীজানুৰ দৰে
ইহতঁবোৰো মোৰ দেহৰ বাৱে
এতিয়া হেজাৰ বেমাৰৰ বীজানু।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,514
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,189
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,336
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,142
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,407