কবিতা :: বাৰিষাৰ গান --- কবিৰঞ্জন দাস

নিৰৱ নিশব্দ ৰাতিটো কাতিহৈ পৰি আছে মোৰ শেতেলীত

বাৰিষাৰ বৰষুণ জাকে পানীপোতাত হাঁহি আছে

জোনজনীৰ শেতাঁ হাঁহি

চাবযে নোৱাৰি কিমানযে বিষাদৰ চকুপানী বৈছে

বাৰীৰ চুকৰ পুখুৰীত দুটি ভেকুলীয়ে প্ৰণয়ৰ গীত জুৰিছে

গোপনে গোপনে

বাৰিষা ঋতুৰ মিলন সংগীত চাৰিওফালে শুনিছোঁ ;

যদিওবা আন্ধাৰ এতিয়া !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,025
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,639
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,159
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,827
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,201
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,536