কবিতা :: বিষাদ --- চিন্ময়ী দাস

বৰষুণ ভালপোৱা ছোৱালীজনীৰ
চকুত বৰষুণ...
বৰষুণ ভালপোৱা ছোৱালীজনীৰ
সপোনত বৰষুণ...
.
এই বৰষুণই এক প্‌ৰতিশৰুতি...
...ভালপোৱাৰ... ...
এতিয়া আকৌ এক প্‌ৰতী্ক্ষা মাথো
এজাক আবতৰীয়া বৰষুণৰ...!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,246
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,294
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,025
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,028
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,161
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,159