বৰষুণ ভালপোৱা ছোৱালীজনীৰ
চকুত বৰষুণ...
বৰষুণ ভালপোৱা ছোৱালীজনীৰ
সপোনত বৰষুণ...
.
এই বৰষুণই এক প্ৰতিশৰুতি...
...ভালপোৱাৰ... ...
এতিয়া আকৌ এক প্ৰতী্ক্ষা মাথো
এজাক আবতৰীয়া বৰষুণৰ...!!
বৰষুণ ভালপোৱা ছোৱালীজনীৰ
চকুত বৰষুণ...
বৰষুণ ভালপোৱা ছোৱালীজনীৰ
সপোনত বৰষুণ...
.
এই বৰষুণই এক প্ৰতিশৰুতি...
...ভালপোৱাৰ... ...
এতিয়া আকৌ এক প্ৰতী্ক্ষা মাথো
এজাক আবতৰীয়া বৰষুণৰ...!!