কবিতা :: বেলিৰ কোঁৱৰ --- পুস্পাঞ্জলী শিৱম

সন্ধিয়াৰ মুনিচুনি পৰত

বেলিৰ কোঁৱৰ

ভাগৰত ধলি ...

বুকুত সাৱতি সন্ধ্যাৰানীক

পছিমত দুবিল ।

হেপাহৰ সপোনক সামৰি ।

আজীৱন ;

খুলিব নোৱৰাকৈ

প্ৰেমৰ গাথি'

আৰু, দুয়ো দুয়োৰে

নৱনৰস হিয়াত, উমলিব নিতৌ

প্ৰতিশ্ৰুতিৰে,

দুয়ো দুয়োকে ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,318
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,212
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,466
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,521