মই সুধিছিলো
ভালপোৱাৰ স্হায়ী ঠিকনা ক’ত
চকুৰ চাৱনিৰ সূৰ্যমুখীত
নে কাৰোবাৰ বুকুৰ বাতৰি লৈ
ওপঙি ফুৰা শূন্যতাত
তাই আগবঢ়াই দিলে
বুকু ফালি কেঁচা কলিজা এখন …
মই সুধিছিলো
ভালপোৱাৰ স্হায়ী ঠিকনা ক’ত
চকুৰ চাৱনিৰ সূৰ্যমুখীত
নে কাৰোবাৰ বুকুৰ বাতৰি লৈ
ওপঙি ফুৰা শূন্যতাত
তাই আগবঢ়াই দিলে
বুকু ফালি কেঁচা কলিজা এখন …