কবিতা :: ভালপোৱা --- চিন্ময়ী দাস

দুখৰ সৈতে মোৰ আন্‌তৰিকতা
আজন্‌ম পুৰণি!
হিয়াত খোদিত বিষাদ
বুকুত কাইটৰ আচোৰ
.
আচলতে নিজৰ কথা পাহৰি থকাতো
মোৰ স্‌ৱভাৱ
কি যে উজাগৰী বিষাদ...!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,192
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,110
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,359
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,390
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,320