ভালপোৱাটো
শীতৰ নিয়ৰৰ দৰেই দুষ্ট...
দূৰৰ পৰা কি যে অপূৰ্ব জিলিকনি
ওচৰ পালে যেন দুটুপাল অশ্ৰুকণা
অথবা
পিতাইৰ ঘামে বিৰিঙা
পৰিশ্ৰান্ত দেহা ...!
ভালপোৱাটো
শীতৰ নিয়ৰৰ দৰেই দুষ্ট...
দূৰৰ পৰা কি যে অপূৰ্ব জিলিকনি
ওচৰ পালে যেন দুটুপাল অশ্ৰুকণা
অথবা
পিতাইৰ ঘামে বিৰিঙা
পৰিশ্ৰান্ত দেহা ...!