কবিতা :: ভালপোৱা --- প্ৰদীপ দাস

ভালপোৱাটো

শীতৰ নিয়ৰৰ দৰেই দুষ্ট...

দূৰৰ পৰা কি যে অপূৰ্ব জিলিকনি

ওচৰ পালে যেন দুটুপাল অশ্ৰুকণা

অথবা

পিতাইৰ ঘামে বিৰিঙা

পৰিশ্ৰান্ত দেহা ...!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:3,334
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,089
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174