কবিতা :: ভালপোৱা --- মেহেনাজ সৰকাৰ

বসন্তও অহা নাই

ফাগুনীয়েও ৰাঙলী কৰা নাই চৌপাশ

উৰুৱা নাই সৰাপাতৰ চিঠি

হঠাৎ

এজাক বাউলী বতাহত শিহৰিত হিয়া

ৰঙা নীলা সপ্নৰ তুলিকাৰে

দুচকুত সুমিষ্ট ভালপোৱা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,685
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,010
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,529
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,725
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,795