লাহে লাহে ভালপোৱা হ’লো তোমাক
প্ৰেম আৰু লগতে বিৰহ চকুপানীও টুকিলোঁ
মৰমৰ দলিছাত তোমাৰেই ছবিলৈ
উৰে নিশা সাৰে থাকি
নিজৰ ভালপোৱাক আৰু সজীৱ
কৰিব খোজো
যাতে বিশ্ববাসী আমাৰ প্ৰেমৰ
সাৰথি হৈ ৰয় ।
লাহে লাহে ভালপোৱা হ’লো তোমাক
প্ৰেম আৰু লগতে বিৰহ চকুপানীও টুকিলোঁ
মৰমৰ দলিছাত তোমাৰেই ছবিলৈ
উৰে নিশা সাৰে থাকি
নিজৰ ভালপোৱাক আৰু সজীৱ
কৰিব খোজো
যাতে বিশ্ববাসী আমাৰ প্ৰেমৰ
সাৰথি হৈ ৰয় ।