কবিতা :: শাৰদী --- বিষ্ণু বড়া

শাৰদী আহিব
পুৱাৰ কোমল ফুল পাহি ফুলিব
ধৰালৈ শান্তিৰ সমাহাৰ নামিব.....

শাৰদী আগমনে
দূৰ্গতি নাশিব
নাশিব অত্যাচাৰ

শাৰদী আহিয়েই
পোহৰাই তুলিব
আঁতৰাই মনৰ কলুষিত এন্ধাৰ
উজলি উঠিব জ্ঞানৰ দীপ্ত শিখা....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,154
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,164
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,567
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:502
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,951