কবিতা :: শূন্যতা --- মাহিম ৰয়

লহপহীয়া জোনাক সৰিছে

মোৰ পদূলিত

বুটুলি ল’লো

আলফুলে

অজানা কিহবাই উকমুকনি দিছে

আৰু কিমান দিন

কিমান দিন সাৱটি থাকিম শূন্যতা

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,868
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,174
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,140