কবিতা :: সপোন --- শ্ৰী ৰাজেন দাস

ভৰিতে ভৰি লগাই

গাঁথিতে পিঠি লগাই

সপোনটোৱে দোলা দিয়ে

মাজে-সময়ে অভিমান কৰিবলৈ পাহৰে...

ক্ৰমশঃকলিজাবোৰৰ

ঢপঢপনি বাঢ়ে |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,599
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,211
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,276
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,830
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,193