কবিতা :: স্বাধীনতা --- মহিদুল ইছলাম বুলবুল

কুৱলীৰ আৱৰণ ভেদি
ঘন বননিৰ পাতত
খুন্দা লাগি লাগি
সূৰ্য্যৰ কিৰণে কয়হি,
মই স্বাধীন ভাৱে আহি
তোমাৰ পদুলি পাইছোঁহি ।

টাৰ্বাইনত কেইপাক মান
ঘুৰি ঘুৰি
ডাইভাৰ্চন চেনেলৰ কেকুৰিত
পাক খাই খাই
পানীবোৰে আহি কয়হি
মই স্বাধীন ভাৱে আহি
তোমাৰ ভৰি চুইছোঁহি।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:371
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,916
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,445
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,938
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,078
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,901