কবিতা :: হিয়া --- হৃষিকেশ দাস

তুমিয়েই মোৰ উশাহ হোৱা

তুমিয়েই মোৰ নিশাহত বোৱা

সিঁৰাই সিঁৰাই বৈ, চেঁচা শোণিত হৈ

তুমি মোৰ হেঁপাহৰ বৰষা হোৱা

জীৱন জীৱনলৈ মৰম সাগৰ হোৱা

বুকুৰ উশাহত গৈ প’লে প’লে জনম লৈ

জোনাকতে উমলাম প্ৰিয়া তোমাক

মৰমৰে নিচুকাম হিয়া তোমাক ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,061
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,761
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,589
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,220