কাল কাক বোলে ? কাল কেই প্ৰকাৰৰ আৰু কি কি ?

প্ৰশ্ন :: কাল কাক বোলে ? কাল কেই প্ৰকাৰৰ আৰু কি কি ?

সাধাৰণতে ক্ৰিয়াৰ কাম কৰা সময়কে কাল বোলা হয় ৷

কাল সাধাৰণতে তিনি প্ৰকাৰৰ –

১. বৰ্তমান কাল ৷

২. ভূত বা অতীত কাল ৷

৩. ভৱিষ্যৎ কাল ৷

উদাহৰণ –

১. মই বিদ্যালয়লৈ যাওঁ – (বৰ্তমান কাল)

২. মই বিদ্যালয়লৈ গৈছিলোঁ – (ভূত বা অতীত কাল)

৩. মই বিদ্যালয়লৈ যাম - (ভৱিষ্যৎ কাল)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,642
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,990
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,931
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,959
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,273
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,659