আমাৰ এই কেৰিয়াৰ শিতানত আমি আমাৰ পাঠক – পাঠিকা সকলৰ সহায়ক হোৱাকৈ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন বা-বাতৰি আৰু লিখনি প্ৰকাশিত কৰিবলৈ প্ৰয়াস কৰিম যাতে তেওঁলোকে সঠিক কেৰিয়াৰ নিৰ্বাচন কৰি জীৱনত সফলতা লাভ কৰিব পাৰে ৷
আপোনালোকেওঁ আমাৰ এই কেৰিয়াৰ শিতানতিলৈ লিখনি প্ৰেৰণ কৰিব পাৰিব ৷ লিখনি সমূহ আমাৰ ইমেইল : : arambhani@gmail.com লৈ আপোনাৰ নাম, ঠিকনা আৰু মোবাইল নং ৰ সৈতে প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিলোঁ ৷ ধন্যবাদ ৷