গতানুগতিক --- কিশোৰ বড়ো

যাওঁ বুলিওঁ যাব নোৱাৰি

এটা বৃত্তৰ পৰিধি ভাঙি

একেটা কক্ষপথতে

ঘূৰি ঘূৰি জীৱন চকৰি

সকলোৱে অভিনয় কৰে গ্রহ নাইবা নক্ষত্ৰৰ

তাতেই বা কিমানৰ লালসাৰ

পাহাৰ সজাৰ বাসনা

বুকুত দ’খায় অলীক কল্পনা

ককা-আজোককা,মা-দেউতা

সকলোৱে ঘূৰে একেটা বৃত্তত

অনাগত প্রজন্মও………………।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,148
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,013
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,236
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,190
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:4,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,138