চকুপানী --- বিকাশ কলিতা

তোমাৰ হৃদয়ৰ প্ৰতিটো মৰম মোলৈ সাঁচি ৰাখিছিলা,

প্ৰেমহীনতা এই হৃদয়খনে তোমাক দলিয়াই পেলালে,

কেনেকৈ বাৰু যাওঁ তোমাৰ ওচৰলৈ......

প্ৰেমহীন বুকুখনে এতিয়া বুজিছে

তোমাৰ চকুপানীৰ কথা......

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,724
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,073
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,137
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,975
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,863