চিগাৰেট আৰু ডায়েৰী --- ডিম্বেশ্বৰ কোচ

চিগাৰেটতো জ্বলাই..

মোৰ বিষাদবোৰ শেষ হব দিও /

কলুষিত শব্দবোৰক জ্বলিব দিও ৷

ব্যস্ততাময় জীৱনত

কিজানি বিচাৰি পাও/

অলপ শান্তি,

অলপ বিশ্বাস,

অলপ প্ৰেমানুভুতি ৷

কাৰণ.....

তুমি মোৰ ব্যস্ততাময় জীৱনৰ এক

মাত্ৰ সাক্ষী...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,218
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:852
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,718
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,160